পদৰ নামঃ কেমিকেল এচিচটেণ্ট (ফিল্ড আৰু লেব)
পদৰ সংখ্যাঃ ৩০ টা (UR: 14, SC: 02, ST: 03, OBC(NCL): 08, EWS:03)
শিক্ষাগত অৰ্হতাঃ আবেদনকাৰী স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত কেমেষ্ট্ৰি বিষয়ত স্নাতক (B.Sc) উত্তীৰ্ণ হ’ব লাগিব৷
অভিজ্ঞতাঃ প্ৰাৰ্থীজন অতিকমেও কেমিকেল ফিল্ডত এবছৰৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব৷
বয়সঃ ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত
দৰমহাঃ ১৫,০০০ টকা প্ৰতিমাহে
কেনেকৈ আবেদন কৰিব?
আগ্ৰহী প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা নথিপত্ৰসমূহ লৈ অহা ৪ আগষ্ট, ২০২০ তাৰিখে ৱাক ইন ইণ্টাৰভিউ উপস্থিত থাকিব লাগিব৷
স্থানঃ ETDC, L&D Department, Oil India Limited, Duliajan
ইণ্টাৰভিউৰ তাৰিখ: ৪ আগষ্ট, ২০২০ তাৰিখ
সময়ঃপূৱা আঠ বজাৰ পৰা এঘাৰ বজালৈকে৷
বিজ্ঞাপন: ইয়াত ক্লিক কৰক