1.অসমৰ প্রথম অসমীয়া কথা ছবিখনৰ নাম কি ?
উত্তৰ : জয়মতী(1935)
2.অসমৰ প্রথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি ?
উত্তৰ : ভাইটি(1972)
3.অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?
উত্তৰ : ঘৰ জেউতি(1927)
4.প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : ৰাম নবমী(1857), গুণাভিৰাম বৰুৱা
5.অসমৰ প্রথম আলোচনী খনৰ নাম কি ?
উত্তৰ : অৰুনোদই (1848 -1882)
6.অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?
উত্তৰ : শ্রীমন্ত শংকৰদেৱ
7.অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?
উত্তৰ : প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)
8.প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?
উত্তৰ : কথাগীতা , ভট্রদেৱ
9.অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল ?
উত্তৰ : মাইলছ ব্রনছন
10.প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতী, পদ্মনাথ গোহাঁঞিবৰুৱা