11.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?
উত্তৰ : ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য
12.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা
13. জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ : মৃত্যুঞ্জয়(1979) বীৰেন্দ্র কুমাৰ ভটাচাৰ্য
14.প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?
উত্তৰ : পাতাল পুৰী
15.অসমৰ প্রথম ICS আৰু বেৰিষ্টাৰ কোন ?
উত্তৰ : আনন্দৰাম বৰুৱা
16.প্রথম অসমীয়া ভাৰতৰ ৰাষ্টপতি জনৰ নাম কি ?
উত্তৰ : ফকৰুদ্দিন আলি আহমেদ
17.প্রথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি ?
উত্তৰ : বিষ্ণুৰাম মেধি
18.প্রথম অসমীয়া নিৰ্বাচনী আয়ুক্ত জনৰ নাম কি ?
উত্তৰ : হৰিশংকৰ ব্রহ্ম
19. প্রথম অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম কি ?
উত্তৰ : পদ্মনাথ গোহাঁঞিবৰুৱা
20.অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীয়া জন কোন ?
উত্তৰ : ভোগেশ্বেৰ বৰুৱা
21. প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীৰ নাম কি ?
উত্তৰ : চৈয়দা আনোৱাৰা টাইমোৰ
22.প্রথম অসমৰ PhD লাভ কৰা ব্যক্তি জনৰ নাম কি ?
উত্তৰ : মইদুল ইছলাম বৰা
23. প্রথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি ?
উত্তৰ : সুধালতা দুৱৰা
24. প্রথম অসমীয়া কাব্য খনৰ নাম কি ?
উত্তৰ : অভিমণ্যবধ1857, ৰমাকান্ত চৌধুৰী
25. অসমৰ প্রথম বাতৰি কাকত খনৰ জনৰ নাম কি ?
উত্তৰ : নাথান ব্রাউন
26.ৰামায়ণ প্রথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ?
উত্তৰ : মাধব কন্দলি
27.সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা
28.জোনাকি কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?
উত্তৰ : চন্দ্রকুমাৰ আগৰৱালা
29. প্রথম অসমীয়া মন্ছ নাট খনৰ নাম কি ?
উত্তৰ : চিহ্ন যাত্রা1468, শংকৰদেব
30. স্বৰ্ণকমল লাভ কৰা প্রথম অসমীয়া চলচিত্র খনৰ নাম কি ?
উত্তৰ : হালধীয়া চৰাইয়ে বাওধান খায়(1987), জাহ্নুবৰুৱা