Todays Horoscope 17th July 2025: আজিৰ ৰাশিফল – ১৭ জুলাই ২০২৫, বৃহস্পতিবাৰ

By FAC Team

Published on:

Todays Horoscope আজিৰ ৰাশিফল

আজিৰ ৰাশিফল – ১৭ জুলাই ২০২৫, বৃহস্পতিবাৰ: আপোনাৰ ৰাশিচক্র অনুযায়ী জানক আজিৰ দিনটো কেনেদৰে যাব। স্বাস্থ্য, ধন, ব্যৱসায় আৰু দাম্পত্য জীৱন সম্পৰ্কীয় দিশবোৰ চাওক আৰু আপোনাৰ দিনটো আগতীয়াকৈ পরিকল্পনা কৰক।


♈ মেষ (ARIES)

শুভ আক্ষৰ: ট, অ | শুভ সংখ্যা: ১, ৯ | শুভ ৰঙ: বগা
আজিৰ দিনটো কাৰ্যত সফলতা লাভৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল থাকিব। আচলিক লেন-দেনৰ ক্ষেত্ৰত সাৱধান থাকিব। ঘৰ আৰু বাহিৰৰ ক্ষেত্ৰত দুয়োটাতেই কিছু শুভ-অশুভ মিলিত ফল লাভ কৰিব। আত্মীয় আৰু বন্ধুবৰ্গৰ সহায়ত উন্নতি সম্ভৱ।


♉ বৃষ (TAURUS)

শুভ আক্ষৰ: ইউ, ই, ব | শুভ সংখ্যা: ২, ৬ | শুভ ৰঙ: বগা
পেশাগত ক্ষেত্ৰত উন্নতি সম্ভৱ। দাম্পত্য জীৱনত শান্তি লাভ কৰিব। অতিথি আগমন হ’ব পাৰে। মানসিকভাবে স্থিৰ থাকিব। যিকোনো প্ৰস্তাৱ গ্ৰহণৰ আগতে ভালদৰে চিন্তা-ভাবনা কৰক।


♊ মিথুন (GEMINI)

শুভ আক্ষৰ: ক, ছ, গ | শুভ সংখ্যা: ৩, ৫ | শুভ ৰঙ: বগা
ছাত্ৰ-ছাত্ৰী আৰু গবেষণাৰ ক্ষেত্ৰত শুভ ফল পাব। ব্যৱসায়ত লাভ হ’ব। পৰিয়ালত কিছু মতভেদ হ’ব পাৰে। নিজৰ সিদ্ধান্তত স্থিৰ থাকিব।


♋ কৰ্কট (CANCER)

শুভ আক্ষৰ: হ, ড | শুভ সংখ্যা: ৪, ৮ | শুভ ৰঙ: বগা
শারীৰিক সমস্যাৰ সম্ভাৱনা থাকিব পাৰে। ব্যক্তিগত সম্পৰ্কত মনোমালিন্য দেখা দিব পাৰে। বিতণ্ডাৰ পৰা বাচক। বন্ধুবৰ্গৰ সহায় লাভ কৰিব।


♌ সিংহ (LEO)

শুভ আক্ষৰ: ম, ন | শুভ সংখ্যা: ৫ | শুভ ৰঙ: গোলাপী
আজিৰ দিনটোত ভাল খবৰ পাব। ধন-সম্পত্তিৰ কাৰণে শুভ দিন। পৰিয়ালৰ লগত আনন্দত সময় কটাব। আধ্যাত্মিক চিন্তাধাৰা উদ্ভৱ হ’ব।


♍ কন্যা (VIRGO)

শুভ আক্ষৰ: প, য় | শুভ সংখ্যা: ৬ | শুভ ৰঙ: বেঙুনীয়া
আজিৰ দিনটো মিশ্ৰ ফল প্ৰদান কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। স্বাস্থ্যত সামান্য সমস্যা দেখা দিব পাৰে।


♎ তুলা (LIBRA)

শুভ আক্ষৰ: ৰ, ট | শুভ সংখ্যা: ৭ | শুভ ৰঙ: বগা
কৰ্মক্ষেত্ৰত সাফল্য লাভ হ’ব। আৰ্থিকভাৱে উন্নতি লাভ কৰিব। শিল্প আৰু সাহিত্যৰ লগত জড়িত সকলৰ বাবে শুভ দিন।


♏ বৃশ্চিক (SCORPIO)

শুভ আক্ষৰ: ন, য় | শুভ সংখ্যা: ৯, ২ | শুভ ৰঙ: বগা
স্বাস্থ্যৰ প্রতি সাৱধানতা অবলম্বন কৰক। বিতণ্ডাত জড়িত নহ’ব। কথাবাৰ্তাৰ সহায়ত আনক আকৰ্ষণ কৰিব পাৰিব।


♐ ধনু (SAGITTARIUS)

শুভ আক্ষৰ: ধ, ভ, ফ | শুভ সংখ্যা: ১ | শুভ ৰঙ: বাদাম
কৰ্মক্ষেত্ৰৰ সমস্যা সমাধান হ’ব। ঋণ লোৱাৰ পৰা বিৰত থাকক। নতুন সুযোগ আহিব পাৰে। পৰিয়ালৰ প্ৰতি দায়িত্ব পালন কৰক।


♑ মকৰ (CAPRICORN)

শুভ আক্ষৰ: ক, জ | শুভ সংখ্যা: ৮ | শুভ ৰঙ: নীলা
বিনিয়োগৰ বাবে শুভ দিন। সহকৰ্মীৰ লগত সুসম্পর্ক বজাই ৰাখক। মানসিক শান্তি লাভ হ’ব।


♒ কুম্ভ (AQUARIUS)

শুভ আক্ষৰ: গ, শ | শুভ সংখ্যা: ৬ | শুভ ৰঙ: বেঙুনীয়া
আকস্মিক খৰচ হ’ব পাৰে। নতুন কাৰ্য আৰম্ভ নকৰিব। মিতব্যয়িতা বজাই ৰাখক।


♓ মীন (PISCES)

শুভ আক্ষৰ: ছ, ড | শুভ সংখ্যা: ৭ | শুভ ৰঙ: সেউজীয়া
কৰ্মক্ষেত্ৰত বাধা হ’ব পাৰে। শিক্ষাৰ্থীৰ বাবে দিনটো অনুকূল। যাত্ৰাৰ সম্ভাৱনা আছে। অভিজ্ঞৰ পৰামৰ্শ লোৱাটো লাভজনক হ’ব।


বিশেষ টিপছ:
আপোনাৰ ৰাশিফল অনুসৰি দৈনন্দিন সিদ্ধান্ত গ্ৰহণত সহায় পাব। আজি কেতিয়াবা ধৈৰ্য্য আৰু চিন্তা-ভাবনা আপোনাৰ দিনটোক সহজ কৰি তুলিব। শুভ কামনা!